Dear Students,
You are given below some aspects about the subject matter knowledge, teaching effectiveness, methods adopted and some personal attributes of your teachers. Please go through the questions and click the responses as you think proper in case of your teacher. Your responses will be kept confidential and will be used only for the purpose of future development of the college.
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল,
তোমাৰ শিক্ষকসকলৰ বিষয়বস্তুৰ ওপৰত জ্ঞান, শিক্ষাদানৰ ফলপ্ৰসুতা, পদ্ধতি প্ৰয়োগ আৰু কিছুমান ব্যক্তিগত গুণাৱলীৰ বিষয়ে তলত দিয়া আছে। প্ৰশ্নসমূহ অধ্যয়ন কৰি তোমাৰ শিক্ষকৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা উত্তৰটো ক্লিক কৰিবা। তোমাৰ উত্তৰসমূহৰ গোপনীয়তা ৰক্ষা কৰা হ’ব আৰু ইয়াক মহাবিদ্যালয়ৰ ভৱিষ্যত উন্নয়নৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হ’ব।