JavaScript isn't enabled in your browser, so this file can't be opened. Enable and reload.
Assam TET 2019 CDP Mock Test
Prepared by AssamGovtSakari.com Team . Our WhatsApp Number 7896107144
Sign in to Google
to save your progress.
Learn more
ফৰাচী দাৰ্শনিক ৰুছোৰ মতে মানুহৰ বিকাশৰ স্তৰ হ’ল
10 points
A. তিনিটা
B. চাৰিটা
C. পাঁচটা
D. ছয়টা
Clear selection
পিয়াজেৰ ভাষাত আকৃতিকল্প (Schema) কোৱা হয়
10 points
A. অপসমাযোজন প্ৰক্ৰিয়াক
B. সমাযোজন প্ৰক্ৰিয়াক
C. জৈৱিক প্ৰক্ৰিয়াক
D. মানসিক প্রক্ৰিয়াক
Clear selection
দাৰ্শনিক ৰুছোৱে তেওঁৰ শিশু শিক্ষা সম্বন্ধীয় গ্ৰন্থ 'Emile' প্ৰকাশ কৰিছিল
10 points
A. ১৭৬২ চনত
B. ১৭৪০ চনত
C. ১৮০০ চনত
D. ১৮০২ চনত
Clear selection
কৈশোৰ কালক ধুমুহা আৰু পীড়নৰ সময় বলি অভিহিত কৰিছিল
10 points
A. মণ্টেশ্বৰীয়ে
B. কাৰ্ল মার্ক্সে
C. ষ্টেনলি হলে
D. ছিৰিল বাৰ্ট
Clear selection
বিশ্বায়নৰ মূল শ্লোগান হৈছে-
10 points
A. কেৱল উদাৰীকৰণ
B. কেৱল ব্যক্তিগতকৰণ
C. উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ
D. সমাজবাদীকৰণ
Clear selection
শিশুৰ বিদ্যালয় শিক্ষাৰ স্তৰ বুলি কোৱা হয়
10 points
A. শৈশৱ কালক
B. বাল্য কালক
C. কৈশোৰ কালক
D. প্রাপ্তবয়স্ককালক
Clear selection
খোজকঢ়া, কাম কৰা, চাইকেল চলোৱা আদি কামবোৰ হ’ল
10 points
A. মনোযোগজনিত
B. আগ্ৰহজনিত
C. অভ্যাসজনিত
D. অভিপ্রায়জনিত
Clear selection
নৱজাত কেঁচুৱাৰ কন্দা, হাচিওৱা, হামিওৱা, চকু পিৰিকোৱা, বমি কৰা, শৌচ-প্রস্ৰাৱ কৰা আদি কামবোৰ হ’ল
10 points
A. ইন্ধিয় ক্ষমতা
B. প্রতিবৰ্ত ক্ৰিয়া
C. স্বাভাৱিক ক্ৰিয়া
D. অস্বাভাৱিক ক্ৰিয়া
Clear selection
অনুকৰণ কৰা প্ৰবৃত্তি অতি প্ৰখৰ হয়
10 points
A. শৈশৱ কালত
B. বাল্য কালত
C. কৈশোৰ কালত
D. প্লাপ্তবয়স্ক কালত
Clear selection
পিতৃ-মাতৃ বা পৰিয়ালৰ আন সদস্যতকৈও দলৰ প্রতি আকৰ্ষণ অধিক শক্তিশালী হয়
10 points
A. শৈশৱ কালত
B. কেঁচুৱা কালত
C. বাল্য কালত
D. কৈশোৰ কালত
Clear selection
Submit
Page 1 of 1
Clear form
This content is neither created nor endorsed by Google. -
Terms of Service
-
Privacy Policy
Does this form look suspicious?
Report
Forms
Help and feedback
Contact form owner
Help Forms improve
Report