JavaScript isn't enabled in your browser, so this file can't be opened. Enable and reload.
সানমিহলি সাধাৰণ জ্ঞান প্ৰশ্নোত্তৰ - Mixed Assam GK question and Answer
Sign in to Google
to save your progress.
Learn more
* Indicates required question
1.
চিলাৰায় কাৰ হাতত বন্দী হৈছিল?
*
10 points
ক) ৰূপসিং চুবেদাৰ
খ) চুলেইমান কৰৰাণী
গ) ইংৰাজ
ঘ) আহোম
2.
ভাস্কৰবৰ্মনৰ পৰা হিউৱেন-চাঙে গ্ৰহণ কৰা একমাত্র উপহাৰটি কি আছিল?
*
10 points
ক) এটা ঘোঁৰা
খ) এটা হাতী
গ) এটা ছাতি
ঘ) এটা টুপী
3.
এক সুস্থ পৰিৱেশৰ বাবে মুঠ ভূমিৰ নূন্যতম কিমান শতাংশ বনাঞ্চলৰ অধীনত থাকিব লাগে?
*
10 points
ক) ৩৩%
খ) ২৫%
গ) ২৩%
ঘ) ৪০%
4.
উমানন্দ দ্বীপটোৰ প্ৰাচীন নাম কি আছিল ?
*
10 points
ক) কাকডোঙা
খ) জাঁজী
গ) ভস্মাচল
ঘ) চিত্ৰাচল
5.
প্ৰথম অসমীয়া শিশু আলোচনী ল'ৰা বন্ধু কিমান চনত প্ৰকাশ কৰা হৈছিল?
*
10 points
ক) ১৮৮৮ চনত।
খ) ১৮৮৯ চনত।
গ) ১৮৯০ চনত।
ঘ) ১৮৯১ চনত।
6.
বৰাক নদীৰ উৎপত্তি ক’ত নিহিত হৈ আছে?
*
10 points
ক) জয়ন্তীয়া পাহাৰ
খ) বৰাইল ৰেঞ্জ
গ) লুছাই হিলছ
ঘ) কাৰ্বি মালভূমি
7.
কলিংগ ৰাজ্যক বৰ্তমান কি নামেৰে জনা যায় ?
*
10 points
ক) উৰিষ্যা
খ) উত্তৰপ্ৰদেশ
গ) উত্তৰাখণ্ড
ঘ) মধ্য প্ৰদেশ
8.
তলৰ কোনটো "প্ৰয়াগ" ত ভাগীৰথী আৰু অলকানন্দাৰ লগ হৈছে?
*
10 points
ক) ৰুদ্ৰ প্রয়াগ
খ) দেৱ প্ৰয়াগ
গ) নন্দা প্ৰয়াগ
ঘ) বিষ্ণু প্ৰয়াগ
৯.
মিছন চন্দ্ৰযান ৩ ৰ লেন্ডাৰৰ নাম কি ?
*
10 points
ক) আদিত্য
খ) বিক্ৰম
গ) লুনা
ঘ) ওপৰৰ এটাও নহয়
১০.
" অতিন্দ্ৰবাদী" তলৰ কোনগৰাকী সাহিত্যিকৰ ছদ্মনাম হয়?
*
10 points
ক) ব্ৰজনাথ শৰ্মা
খ) আনন্দিৰাম দাস
গ চন্দ্ৰকুমাৰ আগৰৱালা
ঘ) নলিনী বালা দেৱী
Submit
Clear form
Forms
This content is neither created nor endorsed by Google.
Report Abuse
Terms of Service
Privacy Policy
Help and feedback
Contact form owner
Help Forms improve
Report