JavaScript isn't enabled in your browser, so this file can't be opened. Enable and reload.
Assam TET Mock Test 18
Prepared by
www.AssamGovtSakari.com
Team Please Join our WhatsApp Group @ 7896107144
Sign in to Google
to save your progress.
Learn more
* Indicates required question
কৈশোৰ কালৰ এটা উল্লেখনীয় দিশ হ'ল
*
10 points
দৈহিক বিকাশ
বৌদ্ধিক বিকাশ
ভাষাৰ বিকাশ
সংগতিমূলক বিকাশ
শিক্ষণ প্ৰক্ৰিয়াৰ প্ৰকৃতি হ'ল
*
10 points
ভৌগোলিক
সামাজিক
বৈজ্ঞানিক
ঐতিহাসিক
Personality শব্দটো আহিছে
*
10 points
ফৰাচী শব্দৰ পৰা
জাৰ্মান শব্দৰ পৰা
লেটিন শব্দৰ পৰা
গ্ৰীক শব্দৰ পৰা
বিভিন্ন দাৰ্শনিক তথা মনোবিজ্ঞানীয়ে মানুহৰ জীৱনটোক বিকাশৰ স্তৰ অনুসৰি কেইটা ভাগত ভাগ কৰিছে
*
10 points
৫টা
৩টা
৬টা
৪টা
অনুশিক্ষণ(Micro-Teaching) তলৰ কোনটোৰ লগত জড়িত?
*
10 points
শিক্ষণ আৰ্হি বা নমুনা
শিক্ষণ পদ্ধতি
শিক্ষণ কৌশল
প্ৰকল্প পদ্ধতি
বয়ঃসন্ধিকালৰ কোনটো বৈশিষ্ট্য নহয়
*
10 points
আত্ম সন্মানবোধ
বীৰ পূজা
সমাজ সংশোধন
যৌন চেতনা
'Physique and Character' গ্ৰন্থখনৰ লেখক কোন?
*
10 points
ডব্লিউ এইচ শ্বেলডন
এ এন স্কিনাৰ
এৰিষ্টটল
ই ক্ৰেটছহেমাৰ
প্ৰকল্প পদ্ধতিটো আগবঢ়াইছিল?
*
10 points
হাৰবাৰ্টে
ৰুছোৱে
প্লেটোৱে
কিলপেট্ৰিকে
যেতিয়া এজন শিক্ষকে "ফ্ৰেণ্ড, ফিল'ছফাৰ এণ্ড গাইড" হিচাপে কাম কৰে, তেনে শিক্ষকৰ সিন্ধান্তক কোৱা হয়?
*
10 points
সাধাৰণ শিক্ষণ
বন্ধুত্বসুলভ শিক্ষণ
ভাল শিক্ষণ
মূল্যবোধৰ শিক্ষণ
গঠনমূলক মূল্যায়নৰ মুঠ গুৰুত্ব
*
10 points
৩৩%
৫০%
৬০%
৪০%
Submit
Page 1 of 1
Clear form
Forms
This content is neither created nor endorsed by Google.
Report Abuse
Terms of Service
Privacy Policy
Help and feedback
Contact form owner
Help Forms improve
Report