Assam TET Assamese Grammar অসমীয়া ব্যাকৰণ MCQ- 2
Prepared by
www.AssamGovtSakari.com
Team Please Join our WhatsApp Group @ 7896107144
* Required
দুৰ উপসৰ্গৰ বাহিৰে আন উপসৰ্গৰ ৰ ৰ পাছত থকা নম আৰু নী ধাতুৰ মূৰ্দ্ধন্য ণ হয়। ইয়াৰ উদাহৰণ হ’ল
10 points
প্ৰণাম
নৰাম
বান্ধন
কল্যান
Clear selection
দীপাৱলী' শব্দটোত তলৰ কেনেদৰে সন্ধি হৈছে
10 points
দীপা + আৱলী
দীপা + ৱলী
দীপ + আৱলী
দীপা + অৱলী
Clear selection
'সংস্কৃত' শব্দটোৰ শুদ্ধ ৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে?
10 points
সং+স্কৃত
সম্+ কৃত
সম্+স্কৃত
সং+কৃত
Clear selection
তলত দিয়া জতুৱা-ঠাঁচবোৰৰ কোনটোৰ লগত পলায় ক্ৰিয়া প্ৰয়োগ হয়?
10 points
জুই
কোঁচ
জাৰ
কঠ
Clear selection
তলত উল্লেখ কৰা কোনটো শব্দৰ সন্ধি নিপাতনত সিদ্ধ?
10 points
শোকাৰ্ত্ত
ভাবুক
মহৌষধ
গবাক্ষ
এটা কণ্ঠবৰ্ণৰ উদাহৰণ
*
10 points
অ
ঈ
ই
ছ
অন্তঃস্থ ধ্বনিৰ আন এটা নাম হৈছে
10 points
উষ্ম ধ্বনি
পাৰ্শ্বিক ধ্বনি
শ্ৰুতি ধ্বনি
কম্পিত ধ্বনি
Clear selection
প্লুতস্বৰ ব্যৱহাৰ হয়
10 points
স্বৰবৰ্ণ উহ্য থাকিলে
গীত গাওঁতে
ব্যঞ্জনবৰ্ণ উচ্চাৰণ কৰোতে
দীৰ্ঘস্বৰ
Clear selection
তলৰ কোনটো ব্যঞ্জনধ্বনি পশ্চতালব্য ?
10 points
ল
ত
ক
প
Clear selection
ঔষ্ঠ্য বৰ্ণটো বাচি উলিওৱা
10 points
ড
ফ
ধ
ষ
Clear selection
Submit
Page 1 of 1
This content is neither created nor endorsed by Google.
Report Abuse
-
Terms of Service
-
Privacy Policy
Forms