JavaScript isn't enabled in your browser, so this file can't be opened. Enable and reload.
Assam Direct Recruitment Social Science Online Mock Test 2021
prepared by
assamcareer.co.in
Sign in to Google
to save your progress.
Learn more
২০১১ চনত পৃথিৱীৰ জন সংখ্যা আছিল প্ৰায় ______
10 points
৭৫১ কৌটি
৬১৩ কৌটি
৭০১ কৌটি
৭১১ কৌটি
Clear selection
সাগৰীয় প্ৰাণীবোৰক তিনিটা ভাগত ভগাব পাৰি _________।
10 points
প্লেংকথ'জ, বেনথ'জ আৰু নেকটন
প্লৱক, বেনথ'জ আৰু নেকথজ
প্লেংকটন, বেনথ'জ আৰু নেকটন
প্লেংকটন, বেনটজ আৰু নেকটন
Clear selection
প্ৰাকৃতিক সম্পদ: _______________
10 points
মানুহৰ কামত অহা প্ৰকৃতিৰ আটাইবোৰ উপাদানেই প্ৰাকৃতিক সম্পদ
সকলো জীৱ-জন্তুই প্ৰাকৃতিক সম্পদ
সকলো গছ-গছনিয়েই প্ৰাকৃতিক সম্পদ
প্ৰকৃতিৰ সকলোবোৰ উপাদানেই প্ৰাকৃতিক সম্পদ
Clear selection
সাধাৰণতে শীতল পানীৰ সোঁত উৎপত্তি হয় _______
10 points
মেৰু অঞ্চলত
সাগৰত তলীত
নিৰক্ষৰীয় অঞ্চলত
উপকূলীয় অঞ্চলত
Clear selection
সৌৰশক্তি __________
10 points
ক্ষয় সম্পদ
পৰম্পৰাগত সম্পদ
অক্ষয় সম্পদ
প্ৰদুষণ যুক্ত সম্পদ
Clear selection
তলৰ কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি?
10 points
পশ্চিম-এচিয়া
পূৱ-এচিয়া
আফ্ৰিকাৰ চাহাৰা অঞ্চল
নিৰক্ষৰীয় অঞ্চল
Clear selection
সাগৰৰ সাঁতুৰিব পৰা প্ৰাণী বিধ ______ ভাগত পৰে
10 points
প্লেংকটন
প্লৱক
নেকটন
বেনথ'জ
Clear selection
চুনামি শব্দৰ অৰ্থ হ'ল _______
10 points
সোঁতাশ্ৰয়ৰ ঢৌ
ভুমিকম্পৰ ঢৌ
সাগৰীয় ঢৌ
পোতাশ্ৰয়ৰ ঢৌ
Clear selection
২০১১ চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা প্ৰায় _____
10 points
৩.১৮ কৌটি
৩.১২ কৌটি
৩.১১ কৌটি
৩.২২ কৌটি
Clear selection
সপ্তমী আৰু অষ্টমী তিথিত পৃথিৱী, চন্দ্ৰ আৰু সূৰ্যৰ সমকোণীয় অৱস্থানৰ ফলত হোৱা জোৱাৰক ____ বোলে
10 points
বাসন্তী জোৱাৰ
গৌণ জোৱাৰ
নাটনি জোৱাৰ
Clear selection
Submit
Clear form
Forms
This content is neither created nor endorsed by Google.
Report Abuse
Terms of Service
Privacy Policy
Help and feedback
Contact form owner
Help Forms improve
Report