Assam TET Mock Test (অসমীয়া ব্যাকৰণ)
Prepared by www.AssamGovtSakari.com Team Please Join our WhatsApp Group @ 7896107144
'নপতা ফুকন' - শব্দৰ অৰ্থ কি?
10 points
অসমীয়া ভাষাৰ পাৰ্শ্বিক ধ্বনিটো হ’ল-
10 points
স্বৰবৰ্ণ আন বৰ্ণত যোগ হ’লে তাৰ আকৃতিৰ পৰিৱৰ্তন
10 points
ণত্ববিধি অনুসৰি তলৰ কোনটো শব্দ শুদ্ধ
10 points
'তজ্জন্য' শব্দটোৰ শুদ্ধৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে?
10 points
জাৰ্মান ন হোৱাৰ কাৰণ হ’ল
10 points
তলৰ কোনটো শব্দ ষত্ববিধি অনুসৰি অশুদ্ধ ?
10 points
তলত দিয়া জতুৱা-ঠাচৰ কোনটো অৰ্থ অশুদ্ধ?
10 points
দুটা ভিন ভিন শব্দ গোট খাই এটা হ’লে তাৰ আগত ঋ,ৰ, স থাকিলে ন মূৰ্ন্দ্ধন্য নহয়। এই নিয়ম মতে কোনটো শুদ্ধ ?
10 points
তলত দিয়াবোৰৰ কোনটো সন্ধি ভুল
10 points
Submit
This content is neither created nor endorsed by Google. Report Abuse - Terms of Service - Privacy Policy