GK quiz mock test set 1 - অসমীয়া সাধাৰণ জ্ঞান কুইজ
Sign in to Google to save your progress. Learn more
১. অলিম্পিকৰ প্ৰতীকত থকা পাঁচটা আঙুঠিয়ে কি প্ৰতিনিধিত্ব কৰে?
*
10 points
২. অসম ৰাজ্যিক পৰিবহণ বিভাগটো কিমান চনত আৰম্ভ কৰা হৈছিল?
*
10 points
৩. ব্ৰহ্মপুত্ৰৰ ওপৰৰ নৰনাৰায়ণ সেতুৱে কোন দুখন জিলাক সংযোগ কৰিছে?
*
10 points
৪. অসমত এতিয়ালৈকে আৱিষ্কৃত লিপিবদ্ধ চানেকিৰ প্ৰাচীনতম নিদৰ্শন বুলি খ্যাত শিলালিপি খনৰ নাম কি?
*
10 points
৫.  বিশ্বৰ কোনখন দেশত কাৰাগাৰৰ জনসংখ্যা সৰ্বাধিক? *
10 points
৬.  বিশ্বৰ আটাইতকৈ ওখ জলপ্ৰপাত ‘এঞ্জেল জলপ্ৰপাত’ কোনখন দেশত অৱস্থিত? *
10 points
৭.  ১৫২৫ চনত বাবৰে ইব্রাহিম লোডীক পৰাস্ত কৰা যুদ্ধখনৰ নাম কি ? *
10 points
৮.  গুৱাহাটীৰ নুনমাটি তেল শোধনাগাৰৰ শুভাৰম্ভ কেতিয়া হৈছিল ? *
10 points
৯. অইল ইণ্ডিয়া লিমিটেড কোম্পানীৰ প্ৰধান কাৰ্যালয়টো ক'ত আছে ?

*
10 points
১০.  বিশ্বৰ ভিতৰতে সৰ্বাধিক মুছলমান জনসংখ্যা কোনখন দেশত আছে? *
10 points
Submit
Clear form
This content is neither created nor endorsed by Google.