JavaScript isn't enabled in your browser, so this file can't be opened. Enable and reload.
Assam TET Online Test 31
Prepared by
www.AssamGovtSakari.com
Team Please Join our WhatsApp Group @ 7896107144
Sign in to Google
to save your progress.
Learn more
* Indicates required question
ভাৰত চৰকাৰে উদাৰীকৰণ, বিশ্বায়ন আৰু ব্যক্তিগতকৰণ নীতি গ্ৰহণ কৰে -
*
10 points
১৯৯১ চনত
১৯৮৬ চনত
১৯৮৮ চনত
১৯৯৮ চনত
আহোম স্বৰ্গদেউ চুক্ৰামফাক কি নামেৰে জনা যায়?
*
10 points
ৰুদ্ৰ সিংহ
চুকাফা
চক্ৰধ্বজ সিংহ
গদাপানী
আটলাণ্টিক চনদ কোন চনত স্বাক্ষৰিত হৈছিল ?
*
10 points
১৯৪১
১৯৩১
১৯১৯
১৯১১
"স্বৰাজ আমাৰ জন্মস্বত্ব অধিকাৰ" এই উক্তিটো কাৰ
*
10 points
বাল গংগাধৰ তিলক
মংগল পাণ্ডে
ভগৎসিং
চিত্তৰঞ্জন দাস
ৱেষ্ট ইণ্ডিজৰ ক্ৰান্তীয় ঘুৰ্ণিৰ নাম -
*
10 points
টাইফুন
হাৰকিউলিচ
বিলী বিলী
হাৰিকেন
ৰাষ্ট্ৰসংঘৰ চনদত প্ৰথমে চহী কৰা ৰাষ্ট্ৰৰ সংখ্যা -
*
10 points
৪৫ খন
৬৫ খন
৫৫ খন
৫০ খন
তলৰ কোনটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ নহয় -
*
10 points
ভীমবেটকা
কাজিৰঙা
ভিক্টোৰিয়া মেমোৰিয়েল হল
তাজমহল
২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক?
*
10 points
যোৰহাট
গোলাঘাট
নলবাৰী
কামৰূপ(মেট্ৰো)
বাৰ্মুদা ______ৰ সুন্দৰ উদাহৰণ?
*
10 points
মহাসাগৰীয় উত্থান
মহাসাগৰীয় দ্বীপ
মহাসাগৰীয় উদগিৰণ
মহাসাগৰীয় ছুনামী
প্ৰাথমিক শিল নিন্মোক্ত প্ৰক্ৰিয়াৰ ফলত গঠন হয় -
*
10 points
ঘনীভৱনৰ দ্বাৰা
সৰু সৰু ক্ষয় চক্ৰৰ দ্বাৰা
চাপভৱনৰ দ্বাৰা
হিমবাহৰ দ্বাৰা
Submit
Page 1 of 1
Clear form
Forms
This content is neither created nor endorsed by Google.
Report Abuse
Terms of Service
Privacy Policy
Help and feedback
Contact form owner
Help Forms improve
Report