অসম সাহিত্যৰ সাধাৰণ জ্ঞান কুইজ- Important Quiz on Assamese Literature
Sign in to Google to save your progress. Learn more
১।  অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয় ?
*
10 points

২। অসমৰ প্ৰথম চনেট কবি কোন ?

*
10 points

৩। অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায় ?

*
10 points

৪।  “ভানুমতী” উপন্যাসখনৰ ঔপন্যাসিকগৰাকী কোন ?

*
10 points

৫। অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিলে ?

*
10 points

৬। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল ?

*
10 points

৭। 'অসম কেশৰী' উপাধিৰে সন্মানিত হোৱা অসমৰ কবি সাহিত্যিক জনৰ নাম কি ?

*
10 points

৮। অসম সাহিত্য সভাৰ উদ্ধোধনী গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ৰ ৰচনা কোনে কৰিছিল ?

*
10 points

৯। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি ?

*
10 points
১০। অসম সাহিত্যসভাৰ প্ৰথম সভাপতি কোন ?
*
10 points
Submit
Clear form
This content is neither created nor endorsed by Google.