GK Quiz Mock Test Set 2 - অসমীয়া সাধাৰণ জ্ঞান কুইজ
Sign in to Google to save your progress. Learn more
১। বৰ্তমানৰ লৈকে কেইগৰাকী অসমীয়া সাহিত্যিকে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে?
*
10 points
২। বৰ্তমানৰ লৈকে অসমে কিমানটা সামগ্ৰীত জিঃআই টেগ্ (GI Tags) লাভ কৰিছে..?
*
10 points
৩।  Land of white elephant নামেৰে কোন খন দেশ জনাজাত ? *
10 points
৪।  প্ৰাচীন কামৰূপৰ ৰজা ভগদত্তৰ বীৰত্ব আৰু মৃত্যুৰ কথা উল্লেখ থকা মহাভাৰতৰ পৰ্বটোৰ কি ? *
10 points
৫।  কোনো চুক নথকা বিশ্বৰ আটাইতকৈ দীঘল পোন পথটো কত আছে ? *
10 points
৬। কোনটো বিশ্বৰ সৰ্বোচ্চ উচ্চতাৰ অসামৰিক বিমানবন্দৰ?
*
10 points
৭।  পেৰিছ চহৰৰ মাজেৰে কোনখন নদী পাৰ হৈ গৈছে? *
10 points
৮। কোন দুখন দেশৰ মাজত একেটা দীঘলীয়া স্থল সীমা আছিল?
*
10 points
৯।  পূৰ্বতে কোনটো দ্বীপক ‘ফৰ্মোছা’ বুলি জনা গৈছিল? *
10 points
১০।  তলৰ কোনখন ৰাজ্য প্ৰাকৃতিক ৰবৰ উৎপাদনত ভাৰতৰ ভিতৰত প্ৰথম ? *
10 points
Submit
Clear form
This content is neither created nor endorsed by Google.