Assam TET Online Test 44
Prepared by www.AssamGovtSakari.com Team  Please Join our WhatsApp Group @ 7896107144
Sign in to Google to save your progress. Learn more
হিন্দু সকলে বুদ্ধক বিষ্ণুৰ ______ অৱতাৰ বুলি বিশ্বাস কৰে? *
10 points
নৰাচিগা বা পঃৰাগ  অসমৰ কোন জনগোষ্ঠীৰ লোক উৎসৱ। *
10 points
বহাগৰ গৰুবিহুৰ পাছৰ দিনটো মানুহ বিহু। নামনি অসমত এই বিহুক _____ বিহুও বোলা হয়। *
10 points
অসমৰ কোন অঞ্চলত বিহুক "বিষুৱা" বুলি কোৱা হয়? *
10 points
বায়ুত নাইট্ৰজেনৰ পৰিমাণ? *
10 points
 ভূ-পৃষ্ঠৰ _______% হ'ল পানী। *
10 points
সোণালী বান্দৰ এবিধ _____ প্ৰাণী। *
10 points
অসমৰ কোন জনগোষ্ঠিৰ লোকসকলে বিহুত হাইদাং আৰু হিলালী গীত গায়? *
10 points
চাহ জনগোষ্ঠীৰ লোকসকলে টুছু পুজা কোন কোন মাহৰ সংক্ৰান্তিৰ দিনা শেষ? *
10 points
______ এখন পক্ষী অভয়াৰণ্য। *
10 points
Submit
Clear form
This content is neither created nor endorsed by Google.