খেলৰ জগতৰ কুইজ
ভাৰতৰ আৰু বিশ্ব কুইজ
Sign in to Google to save your progress. Learn more
নাম
মোবাই নং
পৃথিৱীৰ আটাইতকৈ পূৰণি খেল কি ?
10 points
Clear selection
 স্পেইনৰ জাতীয় খেল কি ?
10 points
Clear selection
 ভাৰতৰ আটাইতকৈ পূৰণি প্ৰতিযোগিতা কি ?
10 points
Clear selection
 দাবা খেলৰ উতপত্তি ক'ত হৈছিল
10 points
Clear selection
 আমেৰিকাৰ জাতীয় খেল কি ?
10 points
Clear selection
 কেইটা বলত এক " অভাৰ " হয় ?
10 points
Clear selection
 ক্ৰিকেট খেলৰ পৰিচালকজনৰ নাম কি ?
10 points
Clear selection
 হকীৰ যাদুকৰ বুলি কাক কোৱা হয় ?
10 points
Clear selection
 ক্ৰিকেট খেলৰ পীটচৰ দৈৰ্ঘ্য কিমান ?
10 points
Clear selection
 চাইনীজ চেকাৰ খেলত কেইজন খেলুৱৈ অংশ গ্ৰহণ কৰিব পাৰি ?
10 points
Clear selection
টেনিছ খেলত ব্যৱহৃত নেটখনৰ উচ্চতা কিমান ?
10 points
Clear selection
  জুডো খেলৰ জন্ম ক'ত ?
10 points
Clear selection
 আন্তৰ্জাতিক ফুটবল সন্থাৰ গঠন কেতিয়া হৈছিল ?
10 points
Clear selection
 উপযুৰ্পৰি দুবাৰকৈ বিশ্বকাপ ফুটবলৰ থিতাপ অৰ্জন কৰা দেশখনৰ নাম কি ?
10 points
Clear selection
 বাস্কেটবল খেলত ফ্ৰি থ্ৰ'ৰ পৰা এটা বাস্কেট কৰিলে কিমান পইন্ট দিয়া হয় ?
10 points
Clear selection
 ৰাগৰী খেলৰ দলত কিমানজন খেলুৱৈ থাকে ?
10 points
Clear selection
 কোনখন দেশত প্ৰথম গলফ খেলা আৰম্ভ হৈছিল ?
10 points
Clear selection
মাৰ্টিনা নাম্ৰাটিলোভাই কেইটা গ্ৰেণ্ডশ্লাম ছিংগলছ  থিতাপ অৰ্জন কৰিছিল ?
10 points
Clear selection
ৰাষ্ট্ৰীয় ক্ৰীৰাত কেইবিধ  খেল অনুষ্টিত হয় ?
10 points
Clear selection
 অসমত হৈ যোৱা ৰাষ্ট্ৰীয় ক্ৰীৰা কিমানতম আছিল ?
10 points
Clear selection
 টেবুল টেনিছ বলক আগতে কি নামেৰে জনা গৈছিল ?
10 points
Clear selection
 হকী খেলৰ আৰম্ভনী কোন দেশত হৈ ছিল ?
10 points
Clear selection
Submit
Clear form
Never submit passwords through Google Forms.
This content is neither created nor endorsed by Google.