JavaScript isn't enabled in your browser, so this file can't be opened. Enable and reload.
Assam TET Mock Test 15
Prepared by
www.AssamGovtSakari.com
Team Please Join our WhatsApp Group @ 7896107144
Sign in to Google
to save your progress.
Learn more
* Indicates required question
একলব্য প্ৰাথমিক শিক্ষা আঁচনিৰ সুচনা কিমান চনত হৈছিল?
*
10 points
১৯৮৬
১৯৮৫
১৯৮৩
১৯৮৪
তলৰ কোনখন সংৰক্ষিত এলেকাত এশিঙীয়া গঁড়ৰ ঘনত্ব আটাইতকৈ বেছি?
*
10 points
পবিতৰা
আমচাং
কাজিৰঙা
মানাহ
অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান ----
*
10 points
বাস্কাত
ওডালগুৰিত
বঙাইগাওঁত
কোকৰাঝাৰত
ভাৰতৰ প্ৰথম শীতল গুদামগৃহ ক’ত স্থাপন কৰা হৈছিল?
*
10 points
কলকাতা
বিশাখাপট্টনম
আহমেদাবাদ
মুম্বাই
আমুৰ ফেলকন চৰাইবিধে ছাইবেৰিয়াৰ পৰা দক্ষিণ আফ্ৰিকালৈ পৰিভ্ৰমণ ভাৰতৰ কোনখন ৰাজ্যলৈ আহে?
*
10 points
নাগালেণ্ড
মিজোৰাম
অৰুণাচল প্ৰদেশ
কাশ্মীৰ
ভাৰতৰ প্ৰথম ৰে’লসেৱা কোন দুখন ঠাইৰ মাজত আৰম্ভ হৈছিল?
*
10 points
বোম্বে আৰু থানে
হাওৰা আৰু খড়গপুৰ
বোম্বে আৰু পুণে
পুণে আৰু আহমেদাবাদ
বিভিন্ন বিষয়ৰ সমাহাৰৰ অধ্যয়নেই _________?
*
10 points
পৰিৱেশ বিজ্ঞান
সমাজ বিজ্ঞান
সমাজ অধ্যয়ন
পৰিৱেশ অধ্যয়ন
ৰেড-ডাটা বুকত তলৰ কোনটো বিষয়ৰ তথ্য পোৱা যায়?
*
10 points
বিপন্ন প্ৰজাতি
বিলুপ্ত প্ৰজাতি
সংৰক্ষিত প্ৰাণী
উপলব্ধ প্ৰাণী প্ৰজাতি
তলৰ কোনবিধ পক্ষীয়ে আটাইতকৈ বেছি দুৰত্ব পৰিভ্ৰমণ কৰে?
*
10 points
গ্ৰেটাৰ ফ্লেমিংগো
আৰ্কাটিক টাৰ্ণ
ছাইবেৰিয়ান ক্ৰেন
কুলি
শ্ৰেণীকোঠাৰ বাহিৰত শিকোৱা শিকন পাদ্ধতিক _______ বোলা হয়?
*
10 points
অন্তঃ ক্ৰিয়াশীল পদ্ধতি
প্ৰকল্প পদ্ধতি
আন্তঃ ক্ৰিয়াশীল পদ্ধতি
পৰ্যবেক্ষণ পদ্ধতি
Submit
Page 1 of 1
Clear form
Forms
This content is neither created nor endorsed by Google.
Report Abuse
Terms of Service
Privacy Policy
Help and feedback
Contact form owner
Help Forms improve
Report