JavaScript isn't enabled in your browser, so this file can't be opened. Enable and reload.
GK on Assam History - 6 । অসম ইতিহাসৰ সাধাৰণ জ্ঞান প্ৰশ্নোত্তৰ
Sign in to Google
to save your progress.
Learn more
* Indicates required question
1. চাওতালসকলে শৰৎকালত পালন কৰা উৎসৱটোৰ নাম কি ?
*
10 points
(ক) দাঁচাই উৎসৱ
(খ) থুবোমাগা
(গ) পঃৰাগ
(ঘ) চৰমাগা
2.
ভাস্কৰবৰ্মনক পিতামহ ভীষ্মৰ লগত তুলনা কৰা গ্ৰন্থখনৰ নাম কি ?
*
10 points
(ক) হর্ষচৰিত
(খ) কালিকা পূৰাণ
(গ) অসম বুৰঞ্জী
(ঘ) ওপৰৰ এখনো নহয়
3.
কামৰূপৰজা ভাস্কৰবৰ্মনে তলৰ কোনগৰাকী ৰজালৈ উপহাৰ হিচাপে 'আভোগ' নামৰ বস্তুবিধ প্ৰেৰণ কৰিছিল ?
*
10 points
(ক) অশোক
(খ) হৰ্ষবৰ্দ্ধন
(গ) চুকাফা
(ঘ) বাণৰজা
4.
মেৱাৰৰ ৰাজবংশৰ বিখ্যাত ভক্তিগুৰুজনাৰ নাম কি ?
*
10 points
(ক) সত্যেন্য
(খ) মীৰাবাঈ
(গ) আগুেল
(ঘ) ৰামকৃষ্ণ পৰমহংস
5.
অসমত ভক্তি আন্দোলন বা নৱ-বৈষ্ণৱ আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিল ?
*
10 points
(ক) দামোদৰ দেৱ
(খ) গোপাল দেৱ
(গ) শংকৰদেৱ
(ঘ) মাধৱ দেৱ
6.
কোনজনা আহোম ৰজাই সৰ্বপ্ৰথম সাংগঠনিকভাৱে আহোম ৰাজপ্রাসাদত এসপ্তাহ দিন ধৰি বিহু উৎসৱ পালন কৰিছিল ?
*
10 points
(ক) গদাধৰ সিংহ
(খ) ৰুদ্ৰসিংহ
(গ) লক্ষ্মী সিংহ
(ঘ) গৌৰীনাথ সিংহ
7.
নাগাক্ষ বংশৰ কোনজন ৰজাই মাজুলীৰ ৰত্নপুৰত ৰাজধানী পাতিছিল ?
*
10 points
(ক) ধর্মপাল
(খ) ৰামচন্দ্ৰন
(গ) নাগশংকৰ
(ঘ) এটাও নহয়
8.
প্রাচীন অসমত (প্ৰাগজ্যোতিষপুৰ) দানৱ ৰজা ঘটকাসুৰক বধ কৰি কোনে ভৌম বংশ প্রতিষ্ঠা কৰিছিল ?
*
10 points
(ক) মহীৰংগ দানৱ
(খ) ব্ৰজদত্ত
(গ) ভগদত্ত
(ঘ) নৰক ৰজা
9.
কিমান চনত চুকাফাই চৰাইদেউত স্থায়ী ৰাজধানীৰ ভেটি স্থাপন কৰিছিল ?
*
10 points
(ক) ১২৫০ খ্রীঃত
(খ) ১২৫৩ খ্রীঃত
(গ) ১২৫৫ খ্রীঃত
(ঘ) ১২৬০ খ্রীঃত
10.
স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত তলৰ কোনখন যুদ্ধ আৰম্ভ হৈছিল ?
*
10 points
(ক) শৰাইঘাটৰ যুদ্ধ
(খ) ঘিলাঝাৰীঘাটৰ যুদ্ধ
(গ) ইটাখুলি যুদ্ধ
(ঘ) ভৰলীৰ যুদ্ধ
Submit
Clear form
Forms
This content is neither created nor endorsed by Google.
Report Abuse
Terms of Service
Privacy Policy
Help and feedback
Contact form owner
Help Forms improve
Report