Assam GK Important MCQ (Part-11)
Assam Police, Agriculture, APDCL, PNRD, TET & Other Comparative Exams
Sign in to Google to save your progress. Learn more
Q. গান্ধীজীয়ে কিমান চনত আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল? *
1 point
Q. কাৰ নেতৃত্ব দি ইণ্ডিয়া এছ'চিয়েচন নামৰ ৰাজনৈতিক সংস্থা গঢ়ি উঠিছিল? *
1 point
Q. ইংৰাজ সকল ভাৰতত কিমান চনত উপস্থিত হয়? *
1 point
Q. তক্ষশীলা বিশ্ববিদ্যালয় কত অৱস্থিত? *
1 point
Q. বিখ্যাত গান্ধী আৰডইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? *
1 point
Q. ভাৰতবৰ্ষত শ্বত্ব বিলুপ্ নীতি কোনে প্ৰৱৰ্তন কৰিছিল? *
1 point
Q. ৰাষ্ট্ৰসংঘৰ পৰিষদৰ সভাপতিত্বত কৰা প্ৰথম গৰাকী ভাৰতীয় ব্যক্তি কোন? *
1 point
Q. ভাৰতত তৃতীয় ৰাজনৈতিক দল? *
1 point
Q. কিমান চনত কেন্দ্ৰত মৰ্চা চৰকাৰ গঠন হয়? *
1 point
Q. ভাস্কৰ-ডা-গামাই ভাৰতলৈ অহা জলপথটো আবিষ্কাৰ  কৰিছিল-- *
1 point
Q. বৃটিছ ৰাজত্বত কোন খন চহৰ ভাৰতৰ গ্ৰীষ্মকালীন ৰাজধানী আছিল? *
1 point
Q. জৈন ধৰ্ম প্ৰথম মেলা কত অনুষ্ঠিত হৈছিল? *
1 point
Q. পলিটিকাছ শব্দ কৰ পৰা উদ্ভৱ হৈছে? *
1 point
Q. উচ্চ শিক্ষাৰ বাবে ইংৰাজী মাধ্যম পোষকতা কোনে কৰিছিল? *
1 point
Q. তেজস্ক্ৰিয়তা ধৰা পেলাবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ? *
1 point
Q. তলত দিয়া কোনটো উক্তি শুদ্ধ? *
1 point
Q. কিমান ডেছিবেলতকৈ অধিক প্ৰাৱল্যৰ শব্দ শ্ৰাৱ্য নহয়? *
1 point
Q. শুকান বিদ্যুৎ কোষত ধনাত্মক তড়িৎদ্বাৰ হিচাপে কি ব্যৱহাৰ কৰা হয়? *
1 point
Q. তলত দিয়া কোন বিধ পদাৰ্থ নিউক্লীয় ৰিয়েক্টৰত মন্দক হিচাপে ব্যৱহাৰ কৰা হয়? *
1 point
Q. কম্পিউটাৰৰ ফ্লপি ডিস্ক কি? *
1 point
Q. সূৰ্যগ্ৰহণৰ সময়ত *
1 point
Q. বিদ্যুৎ শক্তিৰ সৰবৰাহ কৰিবলৈ ৰূপান্তৰক ব্যৱহাৰ কৰা হয় ৰূপান্তৰকে . *
1 point
Q. 'পৱন শক্তি' প্ৰকল্পত বতাহৰ শক্তিৰ পৰা বিদ্যুৎ শক্তি উৎপন্ন কৰা হয়।প্ৰকল্পটো ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? *
1 point
Q. ACRAY কি? *
1 point
Q. ব্যৱসায় আৰু বৈজ্ঞানিক কাম কাজত কোনটো কম্পিউটাৰ ভাষা বেছিকৈ ব্যৱহাৰ কৰা হয়? *
1 point
Submit
Clear form
This content is neither created nor endorsed by Google.