www.lyricsofbhupenda.in
এই আৰ্কাইভটোত ভূপেন হাজৰিকাৰ গীতসমূহৰ লগতে সেই গীতসমূহৰ ঐতিহাসিক, সামাজিক আৰু সাংস্কৃতিক
পটভূমি নথিভুক্ত কৰাৰ এক প্ৰচেষ্টা হাতত লোৱা হৈছে।
আপুনি
ভূপেনদাৰ যিকোনো গীত এটাৰ বিষয়ে তথ্য দিব পাৰে — যেনে গীতটোৰ আঁৰত থকা ইতিহাস, অনুপ্ৰেৰণা আদি।
অনুগ্ৰহ
কৰি অনুমানভিত্তিক কথা নিলিখিব।
তথ্য প্ৰদানকাৰী সকলে যেন নিজৰ তথ্যখিনি কেৱল অসমীয়া লিপি ব্যৱহাৰ কৰি লিখে। পিছে, যদি কোনো কাৰিকৰী সীমাবদ্ধতাৰ বাবে আপুনি অসমীয়াত টাইপ কৰিব নোৱাৰে, তেন্তে আপুনি ইংৰাজীত নিজৰ
তথ্য দাখিল কৰিব পাৰে। এনে ক্ষেত্ৰত, প্ৰকাশৰ আগতে আৰ্কাইভ দলে
তথ্যখিনি অসমীয়ালৈ অনুবাদ কৰি ল’ব।
আন কোনো কথা জানিবলৈ, আমাক সহযোগ কৰিবলৈ, প্ৰুফ্ ৰিডিঙত সহায় কৰিবলৈ আমাৰ সৈতে যোগাযোগ কৰক: bhupenhazarikalyricsarchive@gmail.com
This archive documents the songs of Bhupen Hazarika along with their historical, social, and cultural background. You may contribute information about any song — such as when it was written, what inspired it, or its meaning.
Please write clearly and avoid speculation unless you mention that it is your interpretation.
We strongly encourage contributors to write their submissions in Assamese. However, if you are unable to type in Assamese due to any technical limitations, you may submit your response in English. In such cases, the archive team will translate the content into Assamese before publication.