Assam TET Online EVS MCQ
Prepared by
www.AssamGovtSakari.com
Team Please Join our WhatsApp Group @ 7896107144
ভাৰতৰ ক্ষুদ্রতম কেন্দ্রিয়শাসিত অঞ্চল কি ?
10 points
লাক্ষাদ্বীপ
দমন, দিউ
পণ্ডিচেৰী
চণ্ডীগড়
Clear selection
জৈৱ বৈচিত্র ৰক্ষা চুক্তি স্বাক্ষৰিত হোৱা পৰিৱেশ সন্মিলনখন কত অনুষ্ঠিত হৈছিল ?
10 points
কাঠমাণ্ডুত
দিল্লীত
ব্রাজিলত
লণ্ডনত
Clear selection
ওৰাং ৰাষ্ট্রীয় উদ্যানৰ সীমা সুৰক্ষাৰ বাবে উচ্চ ন্যায়ালয়ত গোচৰ তৰা পৰিৱেশ সংগঠনটোৰ নাম কি ?
10 points
অৰণ্য সুৰক্ষা সমিতি
ডব্লিউ ডব্লিঊ এফ
পিপলছ ফৰ এনিমেলছ
নেচাৰেল হিষ্টৰী ছচাইটি
Clear selection
পৃথিবীৰ ২৫ টা জৈৱ-বৈচিত্রৰ হটস্পটৰ ভিতৰত ভাৰতৰ জৈৱ বৈচিত্র হটস্পটৰ সংখ্যা কিমান ?
10 points
৩ টা
১ টা
৪ টা
২ টা
Clear selection
আন্দামান নিকোবৰ দ্বীপপুঞ্জত মানুহে বসবাস কৰা দ্বীপৰ সংখ্যা হৈছে-
10 points
২১ টা
৩২৫ টা
৫ টা
১ টা
Clear selection
গুৱাহাটীৰ চাহ নিলাম কেন্দ্রটো কিমান চনত স্থাপন হৈছিল ?
10 points
১৯৭০
১৯৭৬
১৯৬০
১৯৭৪
Clear selection
দুস্প্রাপ্য বা Rare প্রাণী মানে-
10 points
বিপন্ন
বিশেষ ঠাইত পোৱা প্রাণী
লুপ্তপ্রায়
লুপ্ত
Clear selection
ভাৰতৰ উচ্চতম জলপ্রপাত হৈছে
10 points
গাৰচোল্লা
বিছপ
এলিফেণ্টো
এটাও নহয়
Clear selection
অসমৰ সর্বাধিক ৰেচম উৎপাদনকাৰী জিলাখনৰ নাম হৈছে-
10 points
যোৰহাট
তিনিচুকীয়া
ধেমাজি
ডিব্রুগড়
Clear selection
ভাৰতৰ সর্বাধিক ধপাত উৎপাদনকাৰী ৰাজ্য কোনখন ?
10 points
মধ্যপ্রদেশ
অন্ধ্রপ্রদেশ
উৰিষ্যা
উত্তৰপ্রদেশ
Clear selection
Submit
Page 1 of 1
This content is neither created nor endorsed by Google.
Report Abuse
-
Terms of Service
-
Privacy Policy
Forms