Request edit access
People's Voice Survey:  আহি আছে #TogetherForChange

দেশৰ নাগৰিক হিচাপে আমাৰ কণ্ঠই গুৰুত্বপূৰ্ণ, আৰু ভাৰতৰ জনসাধাৰণে কোৱা কথাখিনি আমি সংকলন কৰিবলৈ চেষ্টা কৰিছো! আহক, যোৱা চাৰি বছৰত শাসন ব্যৱস্থা সম্পৰ্কীয় ধাৰণাসমূহৰ ওপৰত আমাৰ নাগৰিক সমীক্ষাত আমাৰ সৈতে যোগদান কৰক।

4saal, 4minute, 14sawaal - আমাৰ সময়ৰ চাৰি মিনিট সময় লৈ যোৱা চাৰি বছৰৰ মূল্যায়ন কৰোঁ আহক! সমীক্ষাটোত মাত্ৰ বহু পছন্দৰ প্ৰশ্নহে আছে। এই বাৰ্তাটো শ্বেয়াৰ কৰক আৰু বন্ধু-বান্ধৱী, পৰিয়াল, আৰু ওচৰ-চুবুৰীয়াকো অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰক!

'Next' ত ক্লিক কৰক।


Sign in to Google to save your progress. Learn more
Next
Clear form
Never submit passwords through Google Forms.
This form was created inside of Wada Na Todo Abhiyan.

Does this form look suspicious? Report