চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ তথ্যভঁৰাল (Database of alumni of Silver Jubilee School, Tezpur)
চিলভাৰ জুবিলী পৰিয়ালৰ এক অনলাইন তথ্যভঁৰাল সৃষ্টি কৰাৰ মানসেৰে আমি সকলোৰে পৰা কেইটামান তথ্য বিচাৰিছোঁ। অতি সোনকালে মুকলি কৰিবলগীয়া বিদ্যালয় ৱেবছাইটত এই তথ্যসমূহ ব্যৱহাৰ কৰা হ'ব।
In an effort to create an online database of the Silver Jubilee family, we are collecting information. These information will be used in the soon-to be launched in the school website.